মৰিগাঁৱত বহিৰাজ্যৰ পৰা অহা এজনৰ দেহত ক'ভিড ১৯অঞ্চলযোৰি তিব্ৰ চাঞ্চল্য
মৰিগাঁও জিলা মিকিৰভেটা আৰক্ষী থানা অন্তৰ্গত ভলুকাগুৰি গাঁৱত বহিঃৰাজ্যৰ পৰা অহা আচিফ মাইটি নামৰ ব্যক্তি জনৰ দেহত কৰণাৰ ভাইৰাছৰ অৱস্থীতি প্ৰমাণ পোৱা গৈছে।
জানিব পৰা মতে কৰ্মসুত্ৰে মুম্বাইত থকা এই ব্যক্তিজন ঘৰ কলিকতাৰ কোনো অঞ্চলত ৷দেশৰ মহামাৰী সমস্যা লৈ চাই কৰ্মস্থানৰ পৰা পত্নীৰ সহ আহিছিল শহুৰৰ ঘৰলৈ ৷যোৱা ৮ জুনত আচিফ মাইটিয়ে মৰিগাঁওত উপস্থিত হোৱাত প্ৰশাসনে লগে লগে কোৱাৰাইন্টাইন চেন্তাৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাই যদিও কৰ'না সংক্ৰামক ৰোগৰ ফলাফল অহা আগতে যোৱা ১৫ জুনত ৰিলিজ দি হোম কোৱেৰ্নটাইনত ৰাখে ৷পিছত ১৮ জুনৰ ৰিৰ্পট অনুসৰি ব্যক্তিজন কৰনা পজিটিভ বুলি ঘোষণা কৰে মৰিগাঁও চিকিৎসালয়ে ৷
উল্লেখ যে আচিফ মাইটিয়ে ১৫জুনত চিকিৎসালয়ৰ পৰা শহুৰ ঘৰ মৰিগাঁও ভলুকাগুৰিৰ ইয়াফত আলীৰ ঘৰলৈ যায় আৰু প্ৰায় ৫০ ৰো অধিক ব্যক্তিৰ সংস্পৰ্শলৈ আহে বুলি জানিব পৰা গৈছে ৷
বৰ্তমান covid 19 পজিটিভ ব্যক্তিজন থকা
গৃত টো প্ৰশাসন আৰু জিলা স্বাস্থ্যবিভাগে চিল কৰাৰ লগতে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ covid 19ৰ চিকিৎসা বিভাগত ৰাখিছে বুলি জানিব পৰা লগতে তেওঁৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলৰ মাজত ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে ৷

Tags
অসমীয়া বাতৰি