প্ৰায় ৮০ দিনৰ মূৰত খুলিল বজাৰ হাট,টীয়কৰ বজাৰত নাই ক্ৰেতা-বিক্ৰেতাৰ ভীৰ
TEOK:লক ডাউনৰ বাবে সুদীৰ্ঘ প্ৰায় ৮০ দিন ধৰি বন্ধ হৈ থকা সপ্তাহিক বজাৰ সমূহ কেতবোৰ নীতি নিয়ম ৰক্ষা কৰি মুকলি কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ পাছত যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানীৰ শনিবৰীয়া সপ্তাহিক বজাৰ আজি মুকলি হয়। অৱশ্যে আজি প্ৰথম দিনটোত বজাৰখনত ক্ৰেতা-বিক্ৰেতাৰ উপস্থিতি অতি সেৰেঙা । ইপিনে বজাৰসমূহ মুকলি কৰা সিদ্ধান্তক আদৰণি জনাইছে গ্ৰাম্যাঞ্চলৰ কৃষক সকলে যি সকলৰ উৎপাদিত কৃষিজাত সামগ্ৰী বিক্ৰী কৰে এই বজাৰত।

Tags
অসমীয়া বাতৰি