মৰিগাঁৱত শিক্ষিত নিবনুৱা যুবকৰ হাতে হাতে তুলি ললে হেংদাং, নেতৃত্বত হিন্দু জাগৰণ মঞ্চ
মুখেৰে কলেই নহব ।আছে হেংদাং লোৱা নাই,ললে হেংদাং ৰক্ষা নাই,হেৰৌ খিলঞ্জীয়া কেতিয়া লম হেংদাং ?কিন্তু এইবাৰ ৰৈ নাথাকিল অসমীয়া শিক্ষিত যুৱক সকলে এইবাৰ হাতত হেংদাং তুলি ললে আৰু আগবাঢ়িল যোঁজলৈ।
ৰব আপোনালোকে হয়টো ভাবিছে হাতত হেংদাং লৈ কি যোঁজলৈ যাব।এইয়া আন যোঁজ নহয় প্ৰতিজন অসমীয়া খিলঞ্জীয়া জীৱন যোঁজ,জীৱন সংগ্ৰাম এইয়া সমাজত সন্মান সহকাৰে জীৱাই থকা সংগ্ৰামৰ এক যোঁজ।
মৰিগাঁৱত শিক্ষিত যুৱক সকলক বজাৰ দখলৰ এক প্ৰচেষ্টাৰে মৰিগাঁও জিলা হিন্দু জাগৰণ মঞ্চই হেংদাং নামেৰে এটি অনুষ্ঠান আয়োজন কৰিছে।অনুষ্ঠানটি শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। অনুষ্ঠান আত ধৰে জিলা হিন্দু জাগৰণ মঞ্চ সম্পাদক উৎপল নাথে। য'ত এই অনুষ্ঠানৰ জৰিয়তে জিলা খনৰ বিভিন্ন অঞ্চলৰ শিক্ষিত যুবক সকলে বিভিন্ন ধৰনৰ ব্যবসায়ত নিজকে জড়িত কৰিব পাৰিব।অনুষ্ঠান উপষ্ঠিত থাকে জিলা উপায়ুক্ত লগতে জিলা অতিৰিক্ত আৰক্ষী অধ্যীক্ষক শুভাসিশ বৰুৱা,হিন্দু জাগৰণ মঞ্চ ৰাজ্যিক সভাপতি মৃনাল লস্কৰ,সম্পাদক ৰঞ্জিত কলিতা,অসম চেম্বাৰ অব ক'মাচৰ ইন্দ্ৰানী তকবিলদা ,RSS নেতা লেলিন ডেকা,সাংবাদিক জগদীশ নাথ,ৰাতুল ডেকা সহ প্ৰায় অৰ্ধশতাধীক লোক।
আনফালে অনুষ্ঠান উদ্বোধন কৰি জিলা উপায়ুক্ত ঋতুৰাজ বৰাই কয় যে সময় সমাগত সেইহে মৰিগাঁও এই অনুষ্ঠানৰ জৰিয়তে এইবাৰ হাতে কামে হেংদাং ধৰিব লাগিব। অাপোনাসৱৰ সহাঁৰিয়ে হ'ব "হেংদাং" ৰ সফলতা । আজি এই"হেংদাং" অামাৰ গাওঁ - অামাৰ বজাৰ" শীৰ্ষক কাৰ্য্যসূচীৰ জৰিয়তে নিৱনুৱা যুৱক যুৱতীৰ স্থানীয় পৰ্য্যায়ত কৰ্ম সংস্থাপনৰ এক সূদূৰ প্ৰসাৰী হোৱা কামনা কৰে লগতে মৰিগাঁও জিলা সাংবাদিক পৰিষদৰ সভাপতি পুলিন কাকতিয়ে ১০ গৰাকী নিৱনুৱাৰ যুৱক যুৱতীৰ দ্বায়িত্ব গ্ৰহণ কৰে বুলি ঘোষনা কৰে ।

Tags
অসমীয়া বাতৰি