ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবীত দেওঁবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীত
"বাংলাদেশী লুঙী" দাহেৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৰাষ্ট্ৰীয় বজৰং দলে
ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবীত দেওঁবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীত "বাংলাদেশী লুঙী" দাহেৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৰাষ্ট্ৰীয় বজৰং দলে। অভয়াপুৰীৰ ২ নং ৰাজ্যিক ঘাইপথত বঙাইগাঁও জিলা বজৰং দল আৰু অভয়াপুৰী প্ৰখণ্ডৰ অৰ্দ্ধশতাধিক বজৰং কৰ্মীয়ে আটকাধীন চাৰি হত্যাকাৰীক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি ফাঁচীৰ দাবী উত্থাপন কৰে। বজৰং দলৰ কৰ্মীসকলে বাংলাদেশী মুছলমান হুচিয়াৰ, বাংলাদেশী GO BACK, হত্যাকাৰীক ফাঁচী দিয়ক ইত্যাদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। আনহাতে, অসম চৰকাৰক ৰাজ্যত শীঘ্ৰে খিলঞ্জীয়াৰ ৰক্ষা কৱচ প্ৰৱতন কৰাৰ দাবী উত্থাপন কৰি কয় যে, চৰকাৰে ব্যৱস্থা গ্ৰহন নকৰিলে বজৰং দলেও হাত সাৱতি বহি নাথাকে। ৰাজ্যত এনে ঘটনা বন্ধ নহলে বজৰং দলে জংগী কাৰ্যসুচী গ্ৰহন কৰাৰো কথা উল্লেখ কৰে।

Tags
অসমীয়া বাতৰি