চিৰাঙৰ বিজনীৰ বাঘমাৰা দুলানী নৈৰ পানী যুঁৱলীত এগৰাকী কণমানি ছোৱালীৰ মৃতদেহ উদ্ধাৰ
চিৰাঙৰ বিজনীৰ বাঘমাৰা দুলানী নৈৰ পানী যুঁৱলীত এগৰাকী কণমানি ছোৱালীৰ মৃতদেহ উদ্ধাৰ।
মৃতদেহটো বঙাইগাঁৱৰ ১ নং বাঁহবাৰী নিবাসী নিখিল মণ্ডলৰ কণ্যা সন্তান নিকিতা মণ্ডলৰ(4)।
দীৰ্ঘদিনৰ পৰা মাক অনিমা মণ্ডলৰ সৈতে বাঘমাৰাস্থিত নৃপেন মণ্ডল তথা মামাৰ ঘৰত আশ্ৰয় লৈ আছিল মাতৃসহ কণ্যা নিকিতা মণ্ডল।
মঙলবাৰে বিয়লীৰ পৰা নিখোজ হৈ আছিল নিকিতা।
কোন নৰাধমে বলৎকাৰ কৰি হত্যা কৰাৰ সন্ধে স্থানীয় লোকৰ তথা দল সংগঠনৰ । উপযুক্ত তদন্তৰ দাবী
ঘটনাস্থলিত বিজনীৰ আৰক্ষী উপস্থিত।
মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তমৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

Tags
অসমীয়া বাতৰি