দেশত ধৰ্ষণকাৰী আৰু হত্যাকাৰী বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা আহ্বান মৰিগাঁও যুৱ ছাত্ৰ পৰিষদৰ

দেশত ধৰ্ষণকাৰী আৰু হত্যাকাৰী বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা আহ্বান মৰিগাঁও যুৱ ছাত্ৰ পৰিষদৰ

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰিগাঁও সদৰ আঞ্চলিক সমিতিৰ  চৰকাৰক দাবী খিলঞ্জীয়া হত্যাকাৰী সকলক ফাষ্টেক আদালতৰ দ্বাৰা ফাঁচী দিবলৈ আৰু তেওঁলোকৰ হয় কোনো আইনী যুজঁ  নোযুঁজিবলৈ উকীল সকলক অনুৰোধ ।
লগতে ঋতুপৰ্ণ পেগু পত্নীক সংস্থাপন ও শিশুটি দায়িত্ব লবলৈ চৰকাৰক দাবী জনায় ।
দেশত ধৰ্ষণকাৰী আৰু হত্যাকাৰী বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা আহ্বান জনায়।

Post a Comment

Previous Post Next Post