meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> মৰিগাঁৱৰ ভূৰবন্ধাত মেলাৰ সদৃশ পৰিবেশ

মৰিগাঁৱৰ ভূৰবন্ধাত মেলাৰ সদৃশ পৰিবেশ

মৰিগাঁৱৰ ভূৰবন্ধাত মেলাৰ সদৃশ পৰিবেশ


যি সময়ত বিশ্ব কঁপি আছে বহু আতংকিত ক'ৰণাৰ সন্ত্ৰাসত। প্ৰতিদিনে বাহিৱলৈ ধৰিছে কৰনা ৰুগী সংখ্যা কিন্তু  এতিয়াও সজাগ সচেতন নহয় অসমৰ লগতে মৰিগাঁও বহু লোক। ভূৰবন্ধাত সমাগম  বহুজন।
 মৰিগাৱৰ ভূৰবন্ধা ইউ বি আইৰ বেংকৰ সন্মুখত গ্ৰাহকৰ ভিৰ কোনো ধৰনৰ নিয়ম নীতি পাল নকৰাকৈ ভিৰ কৰিছে বেংকৰ সন্মুখত নাই মুখত মাক্স , আৰক্ষীৰ বিভিন্ন শাস্তিয়েও যেন বন্ধ কৰিব পৰা নাই এই অবমাননাক। হয় আজি সেই দৃশ্য পৰিলক্ষিত হ'ল মৰিগাঁও জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভূৰবন্ধাত। চৰকাৰী নিৰ্দেশনাক অবমাননা কৰি মুক্ত ভাবে  বেংকৰ সন্মুখত   এই সকল  লোক পৰিলক্ষিত হয় মৰিগাঁও জিলাৰ ভূৰবন্ধাত। চৰকাৰী নিৰ্দেশক   কেৰেপ নকৰি গাত গা লগাই থাকে এই লোক সকল। আনহাতে অট খনলৈ মন কৰক যাত্ৰীৰ ভিৰ ।নাই কোনো নিয়ম যেনেকৈ পাৰিছে যাত্ৰী উঠাই নিব লাগে, যাব লাগে ।

এতিয়া এই দৃশ্য সমুহলৈ মন কৰা পিছত এতিয়া প্ৰশ্ন হয় কিমান দিনলৈ এনেদৰে চলিব চৰকাৰী নিৰ্দেশনাৰ অবমাননা? কেতিয়া সজাগ সচেতন হ'ব এইসকল লোক? এনেদৰে অসম তথা মৰিগাঁৱয়ে ৰোধ কৰিব পাৰিবনে ক'ৰণাৰ আতংকৰ?

Post a Comment

Previous Post Next Post