মেছিনেৰে পানী সিছি মেৰামেটি কৰিছে ৰইজে চৰকাৰী পথ
TEOK: মেছিনেৰে পুখুৰীৰ পানী সিচা হয়টো আপুনি দেখিছে মাজে মাজে লাহনীও৷ কিন্তু পথৰ পানী জানো মেচিনেৰে সিঁচা কেতিয়াবা দেখিছে ? নাই দেখা...! ৰ’ব আমি দেখুৱাম ৷ যোৰহাট জিলাৰ টীয়কৰ অন্যতম এটা গুৰুত্বপূৰ্ণ পথ কলীয়াপানীৰ পাৰ চেলংহাট সংযোগী পথ এই পথতেই অৱস্থিত অসমৰ মহিমামণ্ডিত "শ্ৰী শ্ৰী আউনীআটী সত্ৰ" কেইবাখনো বিদ্যালয়, "কৃষি বিজ্ঞান কেন্দ্ৰ " চাহ কাৰখানাকে আদি কৰি বহু গুৰুত্বপূৰ্ণ সম্পদ অতি ব্যৱস্ততাপূৰ্ন এই পথ টোৰ মেৰেমেটিত নাই ৰজাঘৰৰ যেন কোনো সদিস্যা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতে যেন জিয়াটো ভোগাইছে ৰাইজক যান বাহনটো দূৰৈৰ কথা খোজকাঢ়ি যাবলৈও সমস্যা হয় ইয়াত ৷ সেযে স্থানীয় একাংশ সচেতন যুৱকে মেৰামতি কৰিবলৈ লৈছে পথটো। ৰাইজে জিলা প্ৰশাসন,জনপ্ৰতিনিধি, অসম চৰকাৰৰ গড়কপ্তানি বিভাগক বহু বাৰ আবেদন নিবেদন কৰি কোনো সুফল নাপালে ।ফলত কলিয়াপানী অঞ্চলৰ নিৰ্দিষ্ট যুৱক কেইজনমানে স্থানীয় গাটানি উদ্যোগৰ সহযোগত গাঁঠিৰ ধন ভাঙি যাতায়াতৰ সুচল কৰাত ব্যস্ত হৈ পৰিছে।

Tags
অসমীয়া বাতৰি