অসম চৰকাৰৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত লোৱা কেবিনট সিদ্ধান্তৰ বিৰুদ্ধে দল-সংগঠনৰ তীব্র প্ৰতিক্ৰিয়া
TEOK: ক্ষুদ্র আৰু মজলীয়া উদ্যোগসমূহক সকাহ দিয়াৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ক্ষুদ্ৰ উদ্যোগক সকাহ দিয়াৰ নামত অসম চৰকাৰে এই সিদ্ধান্তৰ যোগেদি খিলঞ্জীয়াৰ হাতত থকা ভূমি অনা-অসমীয়া বনিয়াৰ হাতত গতাই দিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উঠিছে । জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাইছে ।উদ্যোগ স্থাপনৰ নামত খিলঞ্জীয়াৰ হাতত থকা ভূমি অনা অসমীয়া বনিয়াই কোনো কাৰণতে যাতে ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজন হ'লে তীব্র গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে দল সংগঠন সমূহৰ লগতে ৰাইজে।

Tags
অসমীয়া বাতৰি