কলিয়াবৰৰ যুৱ কংগ্ৰেছৰ পেট্ৰ'ল ডিজেল আৰু অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ ।
ভাৰত চৰকাৰে প্ৰেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধিৰ লগতে যি অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে আৰু যাৰ ফলত সাধাৰণ জনতাকে প্ৰমোক্ষ্য কৰি সকলো শ্ৰেণীৰ মানুহে খতি গষ্ট হৈছে গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ফালৰ পৰা এই মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰবল প্ৰতিবাদ কৰি ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয় লৈ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে । অতি সোনকালে এই দৱ্য মূল্য বৃদ্ধি ৰোধ কৰি সাধাৰণ জনতাক সকাহ দিয়াৰ কাৰনে কলিয়াবৰ সমষ্টিৰ যুৱ কংগ্ৰেছে প্ৰতিবাদ কৰে ।

Tags
অসমীয়া বাতৰি