মৰিগাওঁ কৃষি বিভাগৰ কঠিয়া সিচা আচঁনি শুভাৰম্ভ
মৰিগাওঁ জিলা গেৰুৱা বানমুৰি শিৱ মন্দিৰ প্ৰাংগনৰ অঞ্চলত আজিৰ ওখ ঠাইত প্ৰায় 20 বিৰ্ঘা মাটিত মৰিগাওঁ কৃষি বিভাগে ৰঞ্জিত উন্নতমাৰ্নৰ ধানৰ কঠিয়া সিচি আঁচনি শুভাৰম্ভ কৰে .উক্ত কায্যসুৰ্চিত উপস্থিত থাকে গেৰুৱা গাওঁ পঞ্চায়তৰ সভানেত্ৰী বুদ্ধেশ্বৰী বৰদলৈ,মৰিগাওঁ জিলা কৃষি বিষয়া নীলকমল বৰা ,সহকাৰী কৃষি পৰিদৰ্শক দেৱকান্ত ভৰালী,জিলা পথাৰ পৰিচালনা সম্পাদক দিৱ্যজ্যোতি বৰুৱা উপস্থিত থাকে !জিলা কৃষি বিষয়া নীল কমল বৰাই উপস্থিত থাকি কয় যে প্ৰধানমন্ত্ৰী কৃষি আচনি অন্তগৰ্ত সমগ্ৰ অসমৰ লগতে মৰিগাওঁ জিলা সকলো বানপানী হোৱাৰ ঠাইত বানপানীয়ে ঢুকি নোপোৱা কৈ ওখ ঠাইত যেনে নটুৱাগাওঁ ,গেৰুৱা,কোৱৰগাওঁ,মাণিপুৰ সকলো ঠাইতে এই আচনি আৰম্ভ কৰে ..

Tags
অসমীয়া বাতৰি