কলিয়াবৰৰ উলুৱনী আৰু চুলুং আৰক্ষীৰ বিশেষ সফলতা। চোৰাং গৰু সহ সৰবহকাৰী আৰু গাড়ী জব্দ।
সমগ্ৰ ৰাজ্যতে কৰুণা মহামাৰীৰ সংহাৰী ৰূপ চলি থকাৰ মাজতে ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা। বুধবাৰে পুৱতি নিশা উলুৱনী আৰক্ষী আৰু চুলুং আউট পোষ্টৰ বিষয় ববীয়া সকলে চোৰাং ভাবে সৰবৰাহ কৰা তেৰখন বাহনসহ মুঠ আঠসত্তৰটা গৰু জব্দ কৰিবলৈ সক্ষম হয়।
জানিব পৰা অনুসৰি বুধবাৰে পুৱতি নিশা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত কলিয়াবৰৰ উলুৱনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ জ্যোতি মহন্ত, চুলুং আৰক্ষী বিষয়া ধনমণি ৰয়ৰ সহযোগত আজি পুৱতি নিশা নলতলিত নাকা তালাচি চলি থকা অৱস্থাত চোৰাং ভাবে সৰবৰাহ কৰা তেৰখন বাহনসহ মুঠ আঠসত্তৰটা গৰু জব্দ কৰিবলৈ সক্ষম হয়। লগতে চালক,হেণ্ডিমেনসহ মুঠ পঁশিচজনকৈ লোকক সোধ পোছৰ বাবে আটক কৰে যদিও প্ৰাথমিক তদন্তত ১০ জন লোকক আটক কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীয়ে আটক কৰা লোক কেইজন ক্ৰমে :
1. কাচেম আলি ,গুদাম ঘাট , তেজপুৰ।
2, নিজামুদ্দিন , গুদামঘাত ,তেজপুৰ।
3,অনাৰুল ইছলাম ,গৰৈমাৰী, মৰিগাঁও ।
4, হাফিজুদ্দিন , ধিং নগাঁও।
5, আমিৰ হুছেইন , কডমগুৰি নগাঁও।
6, ৰফিকুল ইছলাম , নগাঁও
7,সাদ্দাম হুছেইন , পলুগুৰি , মৰিগাঁও।
8, আনুৱাৰ হুছেইন পাম কালিডুঙা , নগাঁও।
9, পিংকো বনিয়া , পানিচাকুৱা , যোৰহাট ।
10, হাসেন আলি , ২নং বৰঘুলি , নগাঁও।

Tags
অসমীয়া বাতৰি