মৰিগাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনী। এই কৰুণ কাহিনী সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত ৰাজ্যৰ বিশিষ্ট হোমিঅপেথিক চিকিৎসক ৰঞ্জিত কুমাৰ নাথ আগবাঢ়ি আহিল পৰিয়ালটোৰ চিকিৎসাৰ দ্বায়িত্ব ল'বলৈ
এটা পাঁচজনীৱা পৰিয়ালৰ কৰুণ কাহিনী। দুই পুত্ৰ আৰু এগৰাকী জীয়াৰী দিব্যাংগ ।পিতৃ আক্ৰান্ত জটিল ৰোগত । মৰিগাঁও জিলাৰ অন্তৰ্গত পাত্ৰবড়ী গাঁৱৰ এই পৰিয়ালটোৰ কথা ক'ব ওলাইছো। দৰাচলতে পৰিয়ালটো লাহৰীঘাটৰ জটীয়াবড়ী বাসিন্দা আছিল। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বিধস্ত এই পৰিয়াল টো সম্প্ৰতি পাত্ৰবড়ী বাসিন্দা।এই পৰিয়ালটো কাহিনী শুনিলে আপোনাৰো চকু পানী ওলাব।পাঁচজনীয়া সদস্য এই পৰিয়াল টো বৰ্তমান পানীত হাহঁ নচৰা অৱস্থা।দুই পুত্ৰ আৰু এগৰাকী জীয়াৰীক লৈ পিতৃ আৰু মাতৃ চিন্তা। কেতিয়া আমাৰ দূখ ভগৱানে শেষ কৰিব।নিয়তিৰ নিষ্ঠুৰ কথা আমি মানিবই লাগিব।বৰ্তমান আশা ৰেঙণী আৰু সাহসৰ প্ৰতীক হিচাপে থকা পিতৃও জটিল ৰোগত আক্ৰান্ত। এতিয়া কেনেকৈ চলিব ঘৰ কেনেকৈ চলিব দিব্যাংগ সন্তান কেইটা।তাকলৈ দুখুনী মাতৃৰ প্ৰশ্ন।পিতৃৱে দিন-হাজিৰা কৰি চলা পৰিয়াল টোলৈ নামি আহিছে ঘোৰ অমানিশা।মাতৃয়ে কেনেকৈ পোহ-পাল দিব পৰিয়ালটোক।মাতৃয়ে দুই পুত্ৰ আৰু জীয়ৰীক কিমান দিনলৈ দাঙি লৈ ফুলিব।সচাঁ কৈ ভগৱানৰ এনে নিষ্ঠুৰ সিদ্ধান্ত কেনেকৈ সহ্য কৰিব দূৰ্ভগীয়া পৰিয়ালটোৱে।সেহে পৰিয়ালটোৱে অসম বাসী ৰাইজক কাতৰ অনুৰোধ কৰিছে । কিছু আৰ্থিকভাৱে সাহায্য দি দিব্যাংগ পৰিয়াল টোক সহায় কৰে যেন।
মনকৰিবলগীয়া যে কৰ'ণা সংক্ৰমণৰ সময়ত ইউমিনিটি বৃদ্ধিৰ বাবে লক্ষাধিক মানুহক বিনামূলীয়া কৈ ঔষধ বিতৰণে সেৱা আগবঢ়োৱা, আন্তৰ্জাতিক খ্যাতিসম্পন্ন তথা বিশ্ব বিভিন্ন ৰাষ্ট্ৰত ৰাজ্য তথা দেশক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই অনা ৰঞ্জিত কুমাৰ নাথে এই পৰিয়ালটোৰ ঘৰলৈ আহি সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি পিতৃৰ লগতে তিনি দিব্যাংগ সন্তানক ঔষধ আৰু অৰ্থ সাহাৰ্য প্ৰদান কৰে ।
আনহাতে এনেদৰেই লকডাউনৰ জটিলতাৰ মাজতে পৰিয়ালটোৰ কাষত থিয় হৈ মহানুভৱতা পৰিচয় দি পাঁচ জনীয়া পৰিয়ালটোৰ চাৰিজনকে চিকিৎসা আগবঢ়োৱাৰ বাবে স্বেচ্ছাই আগবাঢ়ি অহাত পৰিয়ালে জনাই ধন্যবাদ ।

Tags
অসমীয়া বাতৰি