meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> জখলাবন্ধা আৰক্ষীৰ জালত চাৰি ড্ৰাগছ সৰবৰাহ কাৰী

জখলাবন্ধা আৰক্ষীৰ জালত চাৰি ড্ৰাগছ সৰবৰাহ কাৰী

জখলাবন্ধা আৰক্ষীৰ জালত চাৰি ড্ৰাগছ সৰবৰাহ কাৰী 

ড্ৰাগছ সৰবৰাহ কাৰী কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ ভৰ্তি ৪১ টাকৈ চিচি । নগদ ৫৭২০ টকা আৰু দুখন বাইক জব্দ কৰে ।

এক গোপন খবৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত এটা দলে অভিযান চলাই চাৰিটাকৈ ড্ৰাগছ সৰবৰাহ কাৰীক আটক কৰে ।

ড্ৰাগছ সৰবৰাহ কাৰী কেইজন ক্ৰমে ধিংৰ ইছব আলি , কুঠৰীৰ আলি হুছেইন , চামগুৰিৰ মফিদুল ইছলাম আৰু আমিৰ হামজা ।

আটকাধীন ড্ৰাগছ সৰবৰাহ কাৰী কেইজনৰ পৰা আৰক্ষী ৪১ টাকৈ ড্ৰাগছ ভৰ্তি চিচি জব্দ কৰাৰ লগতে As 02 V 5668 নম্বৰৰ পালছাৰ আৰু As 02 U 6936 নম্বৰৰ প্লেটিনা বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

Post a Comment

Previous Post Next Post