নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত তেলিয়া বেবেজীয়া গাঁও পঞ্চায়তৰ পথৰ জৰাজীৰ্ণ অৱস্থা
ৰূপহী হাটৰ বিধায়কৰ চকুত নপৰা এখন পঞ্চায়ত ৷ ক’ত আছে এই খন পঞ্চায়ত ৷ মাঘৰ বিহুৰ সময়ত বিহুৰ শুভেচ্ছা জনাবলৈ আহি "কা" বিৰুদ্ধে আন্দোলন ভাষন দিয়া বিধায়কে তাৰ পাছৰে পৰা সময় নাপালে এই গাওঁৰ বিষয়ে ৷ সেই দৰে পঞ্চায়তৰ সভানেত্ৰী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য ই ও বিশেষ মনোযোগ নিদিয়াৰ বাবে জাঙুৰ খাই পৰিছে পঞ্চায়তৰ সাধাৰণ লোক সকল ৷
সেই খন হৈছে জুৰীয়া তেলিয়া বেবেজীয়া গাওঁ পঞ্চায়ত ৷
এই পঞ্চায়তৰ চৰকাৰী ৰাষ্টাৰ পৰা গাওঁখনৰ ভিতৰলৈ সোমোৱা পথ সমুহ দেখিলে আপুনি আচৰিত হৈ পৰিব ৷ যাৰ বাবে আজি সাধাৰণ ৰাইজে ভুই ৰুই পতিবাদ সাব্যস্ত কৰিব লগাত পৰিছে ৷

Tags
অসমীয়া বাতৰি