বজালীৰ ভৱানীপুৰ খণ্ডউণ্ণয়ন বিষয়াৰ বানপানী খতিগ্ৰস্থ এলেকা পৰিদৰ্শন
ভৱানীপুৰৰ খণ্ড উণ্ণয়ন বিষয়া ভাস্কৰ চক্ৰবৰ্ত্তীয়ে ১১৫ নং ধুমাৰ পথাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত গাওঁ এলেকাত বানপানীৰ ফলত ক্ষতি গ্ৰস্থ্য হোৱা ৰাস্তা ঘাট খেতি পথাৰ আদি পৰিদৰ্শন কৰাৰ লগতে পঞ্চায়তটোৰ বিভিন্ন ধৰনৰ উন্নয়নমূলক কাম কাজৰ বুজ লয় । একে সময়তে মাধপুৰ গাওঁত নৱ নিৰ্মীত শ্মশানটো পৰিদৰ্শন কৰে বিষয়া গৰাকীয়ে । খণ্ড উণ্ণয়ন বিষয়াৰ লগত সংগ দিয়ে সমাজকৰ্মী শৰত স্বৰ্গীয়াৰীৰ লগতে পঞ্চায়তৰ সভানেত্ৰী সূৰ্য্য ভানূ ৫নং মাধপুৰ গাওঁৰ পঞ্চায়ত সদস্য লাবান্য বড়ো আৰু কনিষ্ঠ অভিযন্তুা গুৰু প্ৰসাদ শৰ্মা ।

Tags
অসমীয়া বাতৰি