নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ আৰু অসমবাসীৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত কলিয়াবৰত কৃষক মুক্তি সংগ্ৰাম সমিতি কলিয়াবৰ জিলা সমিতিৰ অনশন ।
পুৱা ৯ বজাৰ পৰা বিয়লি চাৰি বজালৈকে বহিল এই অনশনত ।
কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত কলিয়াবৰৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয় ববিয়া সকলে অনশনত বহে ।
চক্ৰ বিষয়াৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
অতি শিঘ্ৰে উদ্দ্যোগ নীতিৰ অধ্যাদেশ বাতিল কৰিবৰ বাবে দাবী জনাই ।
Covid19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কৃষক মুক্তিৰ তিনিজন সদস্যই অনশনত বহি প্ৰতিবাদ সাব্যস্ত কৰে ।

Tags
অসমীয়া বাতৰি