টীয়কত বানৰ তাণ্ডৱৰ মাজতো অখিল গগৈৰ আৰোগ্য কামনাৰে,তথা কাৰাগাৰৰ পৰা মুকলি কৰাৰ দাবীত অসমপ্ৰেমীৰ আমৰণ অনশন কৃষক মুক্তিৰ মানৱ শৃংখল
TEOK: কৃষক নেতা অখিলকে ধৰি আটাইকেইগৰাকী কাৰাৰুদ্ধক মুকলি তথা উন্নত চিকিৎসাৰ দাবীত অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈয়ে যোৱা শনিবাৰৰ পৰা আমৰন অনশন টীয়কস্থিত মুখ্য কাৰ্যালয়ত আৰম্ভ কৰে আৰু এই অনশন কাৰ্যসূচীয়ে আজি ৪৮ ঘন্টা অতিক্ৰম কৰিলে যদিও কৃষক নেতাসকলৰ জামিন মনজুৰ নোহোৱা পৰ্যন্ত এই কাৰ্যসূচী অব্যাহত থাকিব বুলি মন্তব্য কৰিছে উপদেষ্টাগৰাকীয়ে। তদুপৰি অনুৰূপ দাবীৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিয়ে জগদুৱাৰত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে আৰু কৃষক নেতা কেইগৰাকীৰ আশু আৰোগ্য কামনা কৰে।

Tags
অসমীয়া বাতৰি