গোৱালপাৰাত আছুৰ প্ৰতিবাদ
নতুন ঔদ্যোগিক নীতিৰ বিৰুদ্ধে সদৌ অসম গোৱালপাৰা জিলা ছাত্ৰ সন্থাই আজি চহৰৰ জেনিথ ক্লাৱৰ সন্মুখত একত্ৰিত হৈ এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে I ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী মূর্দাবাদ, বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ নিপাত যাওক, চৰকাৰে ঔদ্যোগিক নীতি প্ৰত্যাহাৰ কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বেদান্ত কেশ্যোৱে কয় কা'ৰ জৰিয়তে জাতি আৰু ঔদ্যোগিক নীতিৰ জৰিয়তে অসমৰ মাটি ধ্বংস কৰা আছুৱে কোনো পধ্যেই মানি নলয় বুলি সকীয়াই দিয়ে।

Tags
অসমীয়া বাতৰি