কলিয়াবৰত 'কা' বিৰোধী প্ৰতিবাদ
বিশ্ব মহামাৰী কৰ'ণাই সমগ্ৰ ৰাজ্যতে বিভীষিকা সৃষ্টি কৰাৰ সময়তে জাতি সুৰক্ষাৰ বাবে আজি ৰাজপথলৈ ওলাই আহিছে কলিয়াবৰবাসি ৰাইজ।
কলিয়াবৰৰ 'কা' বিৰোধী গণ প্ৰতিবাদী মঞ্চৰ উদ্যোগত 'কা' আৰু 'ইয়া'ৰ বিৰোধিতাৰ লগতে "কা "বিৰোধী নেটা অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে কলিয়াবৰৰ "কা বিৰোধী গণ প্ৰতিবাদী মঞ্চই" ।
আনহাতে এই "কা আৰু ইয়া"ৰ প্ৰতিবাদ সাব্যস্তৰ অন্তত এখন দাবী সম্বলিত স্মাৰক পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধীপতি বিতোপন নেওগৰ জড়িয়তে

Tags
অসমীয়া বাতৰি