হাজোত লাভ জেহাদীৰ অকপট স্বীকাৰোক্তি, বিয়াৰ পিছতে ইছলামধৰ্মলৈ ধৰ্মান্তকৰণ কৰিলো হেতেন
হাজোত লাভ জেহাদীৰ অকপট স্বীকাৰোক্তি, ৰাহুল দাস বুলি পৰিচয় দি জাহিৰ আলীয়ে পলুৱাই নিলে হিন্দু যুৱতীক
হাজোত পুনৰ লাভ জেহাদৰ ঘটনা। ৰাহুল দাসৰ পৰিচয়েৰে জাহিৰ আলীয়ে নিশা পলুৱাই লৈ গ'ল হাজো গেৰুৱাৰ এগৰাকী যুৱতীক। নিশা ঘৰৰ পৰা যুৱতী গৰাকী নোহোৱা হোৱাত হাহাকাৰ লাগিল পৰিয়ালৰ লোকৰ মাজত। নিশাই হাজো আৰক্ষী থানাত এজাহাৰ পৰিয়ালৰ লোকৰ। হাজো বজৰং দলৰ তৎপৰতাত হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লাভ জেহাদী জাহিৰ আলীক। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে যুৱতী গৰাকীক। কেমেৰাৰ সন্মুখত লাভ জেহাদীৰ অকপট স্বীকাৰোক্তি- হয় মই হিন্দু নাম লৈ যুৱতী গৰাকীক প্ৰেমৰ জালত বন্দী কৰি পলুৱাই নিছিলো। বিয়া পাতি তাইক মই ইছলাম ধৰ্মলৈ ধৰ্মান্তকৰণ কৰিলো হৈ।এই বিস্ফোৰক স্বীকাৰোক্তি জাহিৰ আলীৰ

Tags
অসমীয়া বাতৰি