কলিয়াবৰৰ আঁৰিমৰা গাঁওৰ কৃষকৰ মাজত হাহাকাৰ
কলিয়াবৰ নলতলিত থকা বাৰজাৰ পেইন্ট ইন্দিয়াৰ পৰা বহু বিষাক্ত ৰাসায়নিক গেছ নিগত হোৱাত ওচৰ পাজৰ বহুতো খেতি নষ্ট হোৱা দেখা যাই সেয়হে কলিয়াবৰ আঁৰিমৰা গাঁওৰ দুখীয়া ৰাইজে মুৰে কপালে হাত দিছে বছৰ টো জুৰিব পৰাকৈ কৰা খেতিয়ে এইবাৰ মাহ নছলিব দুখীয়া ৰাইজৰ কলিয়াবৰ নলতলি আৰিমৰা কৃষক ৰাইজে চিন্তা কৰি পাৰ পোৱা নাই কি কৰিব । ৰাইজে কাৰখানা টোৰ বিসয়া কমচাৰি লগত আলোচনা কৰিছিল যদিও একো সুফল নাপালে ৰাইজে । সেয়হে এতিয়া সংবাদ মাধ্যমৰ যোগেদি চৰকাৰলৈ আহ্বান জনাইছে যাতে কিবা এট সুফল পাই । ওচৰ পাজৰ পুখৰীত থকা মাছ কৃত পতংগ ও মৃত্য মুখত পৰে বুলি যানিবলৈ দিয়ে ৰাইজে ।

Tags
অসমীয়া বাতৰি