কলিয়াবৰৰ জখলাবন্ধা গাওঁ পঞ্চায়ত পৰিদৰ্শন কৰে নগাঁও জিলাৰ উপায়ুক্ত কবিঠা পদ্মনাভমে
কলিয়াবৰৰ বিভিন্ন চৰকাৰী আচনিৰ খতিয়ান লবলৈ আহি নগাঁও জিলাৰ উপায়ুক্তয়ে জখলাবন্ধা গাওঁ পঞ্চায়ত পৰিদৰ্শন কৰে
কলিয়াবৰৰ বিভিন্ন চৰকাৰী আচনিৰ খতিয়ান লবলৈ আহি নগাঁও জিলাৰ উপায়ুক্ত কবিঠা পদ্মনাভমে জখলাবন্ধা গাওঁ পঞ্চায়ত পৰিদৰ্শন কৰে, উপায়ুক্ত গৰাকীক লগ দিয়ে কলিয়াবৰ মহকুমাধিপতি বিতুপন নেওগে।
জখলাবন্ধা গাওঁ পঞ্চায়তৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ লগতে গাওঁ পঞ্চায়তৰ সভানেত্ৰী তৃষা ৰাণী শইকীয়াৰ পৰা পঞ্চায়তখনৰ কামৰ বুজ লয়।
জিলা উপায়ুক্ত গৰাকীয়ে পঞ্চায়ত সভানেত্ৰী গৰাকীৰ পৰা পোৱা উত্তৰত সন্তুষ্টি প্ৰকাশ কৰি আমাক জনাই যে চৰকাৰৰ আচনি সমুহ এইদৰে সঠিক ৰূপত ৰূপায়ন হলে ৰাইজৰ মুখত হাঁহি বিয়পাব পাৰি।।

Tags
অসমীয়া বাতৰি