দুষ্ট চক্ৰৰ বিৰোদ্বে উভতি ধৰিলে ধিং সমষ্টিৰ ৰাইজে

 দুষ্ট চক্ৰৰ বিৰোদ্বে উভতি ধৰিলে ধিং সমষ্টিৰ ৰাইজে


 


নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত মেলেকাধিং মুকুন্দআটী, জেঙনি কলাডুবা,পৰমাইভেঁটি  কান্ধুলিমাৰি , দগাওঁ ধিংগাঁও ,বৰালিমাৰি গাঁও পঞ্চায়তৰ লগতে ধিং সমষ্টিৰ যি উন্নয়ন মুলক কাম কৰিলে তাৰ বিৰোদ্বে একাংশ দুষ্ট চক্ৰই বিধায়কৰ বিৰুদ্ধে যি
বাতৰি দুদিন আগতে বাতৰি প্ৰকাশ পাইছিল |সেই বাতৰিটো সম্পন্ন বোৱা আৰু ভিত্তি্হীন বুলি ৰাইজৰ মত দাঙি ধৰে |ভাৰতবৰ্ষই স্বাধীনতা লাভৰ পিছত ধিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলামে যি উন্নয়ন মুলক কাম কৰিলে আজি লৈকে কোনো এজন বিধায়কে সিমানখিনি কাম কৰিব পৰা নাই বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে আৰু ইয়াৰ আৰত ডাঙৰ ৰাজনৈতিক হৰযন্ত  আছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

Post a Comment

Previous Post Next Post