meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> হাজোত গান্ধী জয়ন্তী অনুষ্ঠানত বলিউডৰ অভিনেতা আদিত্য পাঞ্চলী

হাজোত গান্ধী জয়ন্তী অনুষ্ঠানত বলিউডৰ অভিনেতা আদিত্য পাঞ্চলী

হাজোত গান্ধী জয়ন্তী অনুষ্ঠানত বলিউডৰ অভিনেতা আদিত্য পাঞ্চলী


 


তীৰ্থনগৰী হাজোত পালিত হল জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ ১৫১  সংখ্যক  জন্মজয়ন্তী । পুৱা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত  মাল্যাৰ্পনৰে দিনজোৰা কাৰ্যসূচীৰ মুকলি কৰা হয় ।  এই উদ্দেশ্যৰে হাজোৰ পতনিত পঞ্চতীৰ্থ কমপ্লেক্স এটিৰ শিলন্যাস  কৰে জনপ্ৰিয় অভিনেতা আদিত্য পাঞ্চলীয়ে। এই অনুস্হানত উপস্থিত থাকে মণিষা হাজৰিকা । সদ্যপদত্যাগী কংগ্ৰেছ নেতা দুলু আহমেদ ফ্ৰেনক্লাব উদ্যোগত  আয়োজন কৰা এই গান্ধী জয়ন্তী অনুষ্ঠানত মহিলা সকলক উৎসাহিত কৰাৰ বাবে এক ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত কৰে । চাৰি শতাধিক মহিলাই যোগদান কৰা এই প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে অভিনেত্ৰী ৰিম্পী দাসে । পুৰস্কৃত প্ৰতিযোগী সকলক পাটৰ কাপোৰৰ জোৰা, ননী পাটৰ জোৰা আদিৰে পুৰস্কৃত কৰে ।

Post a Comment

Previous Post Next Post