দুভাগত বিভক্ত হোৱাৰ উপক্ৰম হৈছে বীৰ লাচিত সেনা
- হাজোত বীৰ লাচিত সেনাৰ নামনি অসমৰ নেতৃত্বৰ সংবাদমেল
- দুভাগত বিভক্ত হোৱাৰ উপক্ৰম হৈছে বীৰ লাচিত সেনা।
- "ৰাইজৰ দলত" যোগদানক লৈ ক্ষোভৰ বহিঃপ্ৰকাশ সংগঠনৰ মাজত।
- হাজোত বীৰ লাচিত সেনাৰ নামনি অসমৰ নেতৃত্বৰ সংবাদমেলত বিস্ফোৰণ ধীৰু ভূঞা গগেন কলিতাৰ।
- ৰাইজৰ দলত স্থান পোৱা নাই খিলঞ্জীয়া মুছলমানে।
- বাংলাদেশী মূলৰ মুছলমানৰ আধিপত্য "ৰাইজৰ দলত"।
- মিয়া কবিতা লিখি অসমীয়া জাতিক ধৰ্ষণকাৰী সজোৱা বৰপেটাৰ আশ্ৰাফুল হুছেইনক ৰাইজৰ দলৰ আহ্বায়কৰ দায়িত্ব দিয়াত ক্ষোভ।
Tags
অসমীয়া বাতৰি