meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> NBI TIMES

No title

 বিশিষ্ট কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্ত আৰু নাই


 


অসমৰ আগশাৰীৰ চিত্ৰশিল্পী তথা বিশিষ্ট কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্ত আজি আমাৰ মাজত নাই। যোৱা নিশা তেখেত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় মাগে। চিত্ৰ শিল্পী হিচাপে তেওঁ অনন্য প্ৰতিভাধৰ। তেখেতে 'দৈনিক অসম' কাকতত সুদীৰ্ঘ বছৰ ধৰি কাৰ্টুনিষ্ট হিচাপে কাম কৰি তেখতে যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। অসমৰ ৰাইজৰ সদায় মনত পৰিব তেওঁৰ ৰাজনৈতিক, সামাজিক প্ৰেক্ষাপটত অংকিত অৰ্থপূৰ্ণ কাৰ্টুন সমুহ। অসমে হেৰুৱালে এগৰাকী খ্যাতিসম্পন্ন কাৰ্টুনিষ্ট তথা চিত্ৰশিল্পী। তেখতলৈ শ্ৰদ্ধাঞ্জলি নিবেদিছো আৰু কামনা কৰিছো, তেখেতৰ বিদেহ আত্মাই যেন চিৰশান্তি লাভ কৰে।

Post a Comment

Previous Post Next Post