No title

চৰকাৰী অৰুনোদয় আচনিৰ বাছনি তালিকাত নাম আহিল লাট গাওঁবুড়াৰ পত্নীৰ নাম 

 



          অসম চৰকাৰে যিমানে কঠোৰ নিৰ্দেশ নিদিয়ক কিয় একাংশয় সেয়া বুঢ়া আঙুলি দেখুওৱা পৰিলক্ষিত হোৱাহে দেখাযায় বিবৰনি মতে ১১৫ নং ধুমাৰপথাৰ গাওঁ পঞ্চায়তৰ আন্তৰ্গত মাধপুৰ গাওঁৰ গাওঁবুঢ়া সদানন্দ স্বৰ্গীয়াৰীৰ পত্নি সত্যশ্ৰী স্বৰ্গীয়াৰীৰ নামত অৰুনোদয় আচনিত কেনেদৰে নাম সোমাব পাৰিলে। যি সময়ত আচনিখন একাংশ দুখিয়া. বিধোবা. অবিবাহিত ছোৱালী বিকলাংগ ব্যক্তিৰ বাবে ঠিক সেই সময়তে কেনেদৰে এজন চৰকাৰী গাওঁবুঢ়াৰ পত্নিৰ নাম আহিল । আচনি খন ৰাজহ বিষয়াৰ অনোমোদনৰ পিছত মনডলে চেকলিষ্ট প্ৰস্তুত কৰে তাৰ  পিছতহে পঞ্চায়ত সচিবে সাক্ষৰ কৰি মুল  আবেদন পত্ৰখনতো সচিবে সাক্ষৰ কৰে সেইমতেই হিতাধিকাৰীৰ নামত আহে একোখন কৈ মুল আবেদন পত্ৰ । কিন্ত সেই সুযোগতে গাওঁবুঢ়ায় দি দিলে নিজ পত্নীৰ নাম অৰুনোদয় আচনিত । লগতে কৰিলে চৰকাৰিকৰী নিতি নিৰ্দেশনাক ভেঙুচালি । সেয়ে সচেতন একাংশয় ব্যক্তিয়ে  দাবিকৰিছে গাঁওবুঢ়াজনৰ উচিত শাস্তি । লব নে কোনো পদক্ষেপ ৰাজহচক্ৰ বিষয়ায় গাঁওবুঢ়াৰ সদানন্দ স্বৰ্গীয়াৰী  পঞ্চায়ত সচিব ৰঞ্জিত দাস ও লাটমন্দল আনন্দ বিস্বাস বিৰুদ্বে সেয়াহে হব লক্ষনিয় ।

Post a Comment

Previous Post Next Post