AS-17B- 8785 নম্বৰৰ DI ভেন নিয়ন্ত্ৰণ হেৰুৱাই লুটি খাই পৰিল ৰাজপথত।
বাহনখনে পশ্চিম বংগৰ শিলিগুৰিৰ পৰা বৰপেটা হৈ গুৱাহাটী অভিমুখে আহি থকা অবস্হাত সংঘটিত হৈছে এই দূৰঘটনা।
শিলিগুৰিৰ পৰা বাহনখনে ফলমূল কঢ়িযাই আনিছিল।
এই ঘটনাত পিক আপ ভেন খনৰ চালক আৰু হেন্দিমেন দুযোজন গুৰুতৰভাবে আঘাতপ্ৰাপ্ত।
ভেনখনৰ চালক ৰাহুল আমিন আৰু হেন্দিমেন গোলাম মোস্তাফা ঘৰ ধুবুৰীৰ জিলাৰ বিলাছিপাৰা টিলাপাৰাত।বৰ্তমান দুযোজনকে চিকিৎসালয ভৰ্তি কৰায।
Tags
অসমীয়া বাতৰি