meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> এক বহু দিনীয়া আশা পূৰণ হল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰ ।

এক বহু দিনীয়া আশা পূৰণ হল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰ ।

 


 

কলিয়াবৰত হিমন্ত বিশ্ব শৰ্মা। এক বহু দিনীয়া আশা পূৰণ হল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰ ।
      ৰাজ্যৰ দ্বিতীয় শক্তিপীঠখ্যাত শিলঘাটস্থিত কামাখ্যা দেৱালয়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰী কেশৱ মহন্তৰ সৈতে শুক্ৰবাৰে কলিয়াবৰৰ শিলঘাটস্থিত কামাখ্যা দেৱালয় দৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ।  কামাখ্যা দেৱালয়ত যজ্ঞ কৰি মা আৰ্শীবাদ গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে।      কামাখ‍্যা দেৱালয়ত পূজা-অৰ্চনা কৰি সমীপতে থকা অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰি অচলাৱস্থাত থকা কলটো পুণৰ উৎপাদন কাৰ্য‍্য আৰম্ভ কৰাৰ বিষয়ে কল কৰ্তৃপক্ষৰে আলোচনাত মিলিত হয়।   উল্লেখযোগ‍্য যে, যোৱা ১২ নৱেম্বৰ তাৰিখে মৰাপাট কল কৰ্তৃপক্ষ, ৰাজ‍্যৰ সমবায় বিভাগ আৰু বিত্ত বিভাগৰ উচ্চ পদস্থ বিষয়াৰে হোৱা আলোচনা মৰ্মে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলটো পুণৰ সঞ্চালন কৰিবলৈ ১০ কোটি টকাৰ এক সাহায‍্য ঘোষণা কৰিছিল।

Post a Comment

Previous Post Next Post