বজালী ৰ সৰুপেটা নিকটৱৰ্তী চাউলীয়াবৰী বজাৰ উচ্ছেদ অভিযান ‌

 

 


 

সৰুপেটা ৰাজহ চক্ৰ অন্তৰ্গত চাউলিয়াবৰীৰ সাধাৰণ ভাবে জীৱন নিৰ্বাহ কৰি থকা দোকানী সকলৰ দোকান ঘৰ উচ্ছেদ চলায় । চৰকাৰী কোনো নথি পত্ৰ‌ নথকাৰ বাবে চলাই এই অভিযান। যাৰ ‌ফলত‌ দোকানী সকলৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ।বজালীৰ আমছুৰ সভাপতি জাকিৰ হুছেইন তালুকদাৰে দাবী উত্থাপন  কৰিছে যে  bjp চৰকাৰ ৰাইজৰ চৰকাৰ নহয়। বিগত ৭০ বছৰে এই দোকানকেইখনৰ পৰা কৰ আদায় কৰা স্বত্বেও আজি কিয় এই পৰিস্থিতিৰ সৃষ্টি হল ই এক লাখটকীয়া প্ৰশ্ন বুলি উল্লেখ কৰে। দোকানঘৰ সমুহ উচ্ছেদ কৰাৰ পিছ্ত এই ঠাইত কি অনুষ্ঠান প্ৰতিষ্ঠানৰ হব বুলি দাবি উত্থাপন কৰিছে।

Post a Comment

Previous Post Next Post